Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics | Zubeen Garg & Priyanka

Song Name: Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Singer Name: Zubeen Garg & Priyanka

Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics:–



শোণিতৰে সোঁতে সোঁতে,
বয় তোমাৰে নাম,
কলিজাৰে আশে পাশে,
তোমালৈয়ে মৰম,
ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত

অ’ অ’ অ’ অ’ অ’ অ’…..

হিয়াৰ এপাহি গোলাপ,
হিয়াৰ এপাহি গোলাপ,
ক’ব নোৱাৰো বাবেই সিৰাম গাৰু বুকুতে,
জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে,
দুপৰৰ খবৰত নিশাৰো বতৰাত,
সিৰে ৰ’বা পৰত,
দুভৰিৰ দুখোজত,
দৰদি ভাৱনাৰে খং ভালপোৱা,

অ’ অ’ অ’ অ’ অ’ অ’…..


হিয়াৰ এপাহি গোলাপ
হিয়াৰ এপাহি গোলাপ…..


শোণিতৰে সোঁতে সোঁতে,
বয় তোমাৰে নাম,
কলিজাৰে আশে আশে পাশে,
তোমালৈয়ে মৰম,
ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত
অ’ অ’ অ’ অ’ অ’ অ’….


হিয়াৰ এপাহি গোলাপ
হিয়াৰ এপাহি গোলাপ…..

Download Link: Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics | Zubeen Garg & Priyanka

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form