Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg

Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ)

Singer: Zubeen Garg

Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese:–

নাওঁ লৈ আনিম গৈ
বোকাৰে পদুম ঐ
সাঁতুৰি আনিম গৈ তোক
তোৰে মৰমে সৰগি পৰশে
সাহসী কৰিছে মোক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….
হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে মৰমে মৰমে তোৰ
দুবাহু মেলি সাঁতুৰিলা আদুৰি
বোকাঁপানী নেওঁচি কলহেৰে আনি
ৰাখিম বুকুতে তোক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….
ঈকৰা বিৰিনাই দিব দলিছা পাৰি
নৈৰে বোকাৰে লম ঠাই মচি
জোনাকে জাচিব ফুল এপাহ জোনালী
জোনাকে জাচিব ফুল এপাহ জোনালী
মৰমে মৰমক পাব বিচাৰি
মৰমে মৰমক পাব বিচাৰি
হেপাহৰ নপলাই ভুক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….
নাওঁ লৈ আনিম গৈ
বোকাৰে পদুম ঐ
সাঁতুৰি আনিম গৈ তোক
তোৰে মৰমে সৰগি পৰশে
সাহসী কৰিছে মোক
ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ..
ৰৈয়া ৰৈ…….

Download Link: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form